AASU Felicitates High-Achieving Students of Ajmal Group of Institutions

  • Post category:Blog

Five talented students of the Ajmal Group of Institutions have once again brought pride and glory to the institution by achieving outstanding results in the High School and Higher Secondary Final Examinations, further enhancing its reputation across the state.

Ajmal Group of Institutions students Jebahid Raj and Farhan Mehtab secured 97.17%, while Sosbu Akhtar Masude scored 96.83% and Fahim Saqib achieved 96.67% marks. In the Higher Secondary Examination, Al Nurin Afiza of Maryam Ajmal Senior Secondary School of Arts made the institution proud by securing 96% marks.

All Assam Students’ Union (AASU) felicitated the students for their remarkable achievements. Heartfelt thanks and gratitude are extended to Dr. Samujhal Kumar Bhattacharya and all AASU officials for their encouragement, support, and recognition of the students’ success.

পুনৰ গৌৰৱ কঢ়িয়াই আনিলে আজমল গ্ৰুপ অৱ ইন্সটিটিউটৰ পাঁচগৰাকী মেধাৱী শিক্ষাৰ্থীয়ে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰি প্ৰতিষ্ঠানখনৰ সুনাম ৰাজ্যজুৰি উজলাই তোলে তেওঁলোকে।
আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুলৰ জেবহিদ ৰাজ আৰু ফাৰহান মেহতাবে ৯৭.১৭%, সোস্বু আখতাৰ মাচুদে ৯৬.৮৩% আৰু ফাহিম চাকিবে ৯৬.৬৭% নম্বৰ লাভ কৰে। লগতে মৰিয়ম আজমল চিনিয়ৰ চেকেণ্ডেৰী স্কুল অৱ আৰ্টছৰ শিক্ষাৰ্থী আল নুৰিন আফিজাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৯৬% নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনে।
এই কৃতিত্বৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই (আছু)শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনায়। আছুৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য ডাঙৰীয়াসহ সকলো বিষয়ববীয়ালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হ’ল।